কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিয়ল্biẏalIntransitive verb
বহল হৈ ফাটিবলৈ উপক্ৰম কৰ্; (কাপোৰত) ফাটিবলৈ বহল হ
to be distended before becoming actually torn
- বিয়া পাতbi.ya patVerb-Trans.
গিৰিয়েক আৰু ঘৈনীয়েক হিচাপে এজনে সিজনক মানি ল৷
to unite as husband and wife
- বিয়াদান দিbiẏādāna, diAdverb
চলৌপাতকৈ ঘূৰি
wandering about
- বিয়োগ কৰ্bi.yog korVerb-Trans.
মুঠ বা সমগ্ৰৰ পৰা আঁতৰাই নিয়া
to withdraw or take away, as a part from a whole.
- বিয়োগ হbi.yo`g hoVerb-Intran.
কোনো জীৱিত বস্তুৰ জৈৱিক কাৰ্যকলাপবোৰ বন্ধ হৈ যোৱা অৱস্থা৷
The termination of all biological functions that sustain a living organism.
- বিৰংসাbi.rong.xaVerbal Noun
তিৰোতাৰ মতাৰে অথবা মতাৰ তিৰোতাৰে সৈতে বাস কৰিবৰ প্ৰবল ইচ্ছা|
Uncontrolled or illicit sexual desire or appetite.
- বিৰক্ত কৰ্bi.rok.to korVerb-Trans.
কাৰোবাৰ কামত বাৰম্বাৰ বাধা জন্মাই শান্তি ভংগ কৰ্
to break the rest, calm or quiet by repeatedly interfering one`s actions
- বিৰচিতbi.ro.si.toVerbal Adj.
গদ্য, পদ্য, বা কোনো পুথি লিখা কাৰ্য্য; গীত অথৱা সংগীত ৰচনা কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়
produced by writing, composing (Specially used for music, literature etc.)
- বিৰচ্biracTransitive verb
লিখ্; ৰচনা কৰ্
to write; to compose, as a poem
- বিৰঞ্জনVerbal Noun
ৰাসায়নিক প্ৰক্ৰিয়া যোগে পদাৰ্থৰ ৰং গুচোৱা কাৰ্য
decolorization of substances by chemical processes.
- বিৰত থাক্bi.ro.to thakVerb-Intran.
কিবা কৰাৰ পৰা আঁতৰাই ৰাখ্ বা আঁতৰি থাক্
to restrain someone from doing something
- বিৰত হbi.ro.to hoVerb-Intran.
কিবা কৰাৰ পৰা আঁতৰাই ৰাখ্ বা আঁতৰি থাক্
to restrain someone from doing something
- বিৰবিৰাbir.bi.raVerb-Intran.
to utter words indistinctly or in a low tone, often as if talking to oneself
- বিৰলেAdverb
অকলশৰীয়াকৈ; কোনো নথকাত; নিৰলে
in loneliness; in silence
- বিৰাগভাজন কৰ্bi.rag.bha.jon korVerb-Trans.
make a person feel that she/he does not belong in a place or society, cause a person to become unfriendly
- বিৰাজbi.rajVerb-Intran.
কোনো নিৰ্দিষ্ট সময় ধৰি থকা
existing or reigning for a certain period
- বিৰাজ কৰ্bi.raj korVerb-Intran.
কোনো নিৰ্দিষ্ট সময় ধৰি থকা
existing or reigning for a certain period
- বিৰাজ্birājIntransitive verb
দীপ্তি কৰ্; উজ্জ্বলৰূপে প্ৰকাশ হ
to shine; to appear splendidly
- বিৰামহীনভাৱেbi.ram.hin.bha.beAdverb
ছেদ ভেদ নোহোৱাকৈ; মাজত কোনো বিৰতি নোহোৱাকৈ
without cessation or intermission
- বিৰিbiriNoun
হুপি ধোঁবা খাবলৈ কেন্দু আদিৰ পাতত নুৰিওবা ধঁপাত।