← ফুৰি যাওক

বিৰি

biri

অৰ্থ

1.

হুপি ধোঁবা খাবলৈ কেন্দু আদিৰ পাতত নুৰিওবা ধঁপাত।

বি.

সমাৰ্থক শব্দ

2.

পেলাই দি (হাতী-মাউতে হাতীক কোবা মাত)

throw away; let it go

সক. ধা.

3.

মাদলী; ডিঙিত পিন্ধা ঢোলৰ আকৱতিৰ অলঙ্কাৰ

a kind of ornament worn round the neck

বি.

4.

বিড়ি; এবিধ গছৰ পাতেৰে ধঁপাত মেৰিয়াই কৰা এবিধ চুৰত

a cigarette made of tobacco wrapped in dry leaf of certain trees

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিৰি · অসমীয়া অভিধান