কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অস্তিত্বহীনতাos.ti.two.hi.no.taVerbal Noun
অস্তিত্ব বা স্থিতিৰ অভাৱ বা হীনতা।
lack or absence of existence.
- অস্ত্ৰীকৰণVerbal Noun
যুদ্ধ অথবা আন জৰুৰীকালীন অৱস্থাৰ বাবে সৈন্য-সামন্ত আৰু অস্ত্ৰ-শস্ত্ৰ আদি সাজু কৰি ৰখা কাৰ্য্য
act of assembling and putting into readiness for war or other emergency
- অস্ত্ৰোপচাৰ কৰ্os.tro’.po.sar karVerb-Trans.
শল্য চিকিৎসা কৰ্; অস্ত্ৰৰ সহায়ত দেহৰ ৰোগাক্ৰান্ত অংশ কাটি ৰোগৰ চিকিৎসা কৰ্
to perform surgical operation
- অস্থায়ীভাৱেos.tha.yi.bha.beAdverb
স্থায়ীভাৱে নহয়; মাত্ৰ কিছু সময়ৰ বা কিছু দিনৰ বাবে
not permanently; for a short period
- অস্থায়ীৰূপেos.tha.yi.ru.peAdverb
স্থায়ীভাৱে নহয়; মাত্ৰ কিছু সময়ৰ বা কিছু দিনৰ বাবে
not permanently; for a short period
- অস্থিতিo.sthi.tiVerbal Noun
অস্তিত্ব বা স্থিতিৰ অভাৱ বা হীনতা।
lack or absence of existence.
- অস্থিভংগos.thi.bhong.goVerbal Noun
শৰীৰৰ কোনো হাড় ভাগি যোৱা বা তাৰ ফলত হোৱা অৱস্থা
the breaking of a bone, cartilage, or the like, or the resulting condition
- অস্থিৰ হৈ ফুৰ্os.thir hoi phurVerb-Intran.
কোনো কাৰণত অস্থিৰ হৈ ইফাল সিফাল কৰ্ ৷
To behave or move nervously or restlessly.
- অস্পষ্টকৈos.spos.to.koiAdverb
ভালদৰে স্পষ্টকৈ নেদেখাকৈ; চকুৰে ভালকৈ মণিব নোৱাৰা ধৰণে৷
in a blurred manner; in a way not capable of being clearly distinguished, as by the eyes.
- অস্পৰ্শিতVerbal Adj.
স্পৰ্শ নকৰা নতুবা কোনেও নুচুৱা
not touched or handled, as material
- অস্বাভাৱিকo.swa.bha.bikProper Adj.
স্বাভাৱিক অৱস্থাত নথকা |
Not normal; not typical or usual or regular or conforming to a norm
- অস্বীকাৰ কৰ্o.swi.kar korVerb-Trans.
অজ্ঞতা প্ৰকাশ কৰ্
Declare as untrue or non existant
- অহা-যোৱাo.ha-jo’.waVerbal Noun
কোনো ব্যক্তি, সংগঠন আদিৰ মাজত যোগাযোগ৷
connection or dealings between persons or groups.
- অহাবাৰo.ha.barAdverb
আহিবলগীয়া কোনো সময়ত (যেতিয়া ঘটিব )৷
on next occasion (when it will happen).
- অহাবেলিo.ha.be.liAdverb
আহিবলগীয়া কোনো সময়ত (যেতিয়া ঘটিব )৷
on next occasion (when it will happen).
- অহিতahitaAdjective
বিক নোহোবা; অপকাৰী; অনিষ্টকাৰী; অমঙ্গলদায়ক; বিৰোধী; . বি. যাৰ-পৰা অপকাৰ হয়; শত্ৰু
injurious; inimical ; enemy
- অহিতকৰAdverb; Adjective
অপকাৰী; অনিষ্টকাৰী
injurious; harmful
- অহুকাণে-পহুকাণেahukāṇe-pahukāṇeAdverb
আৰ-তাৰপৰা; ঘুনুক-ঘানাককৈ
by rumour; by heresay
- অহেAdverb
কওঁতাৰ ওচৰৰ ফাললৈ
to the side nearer to the speaker
- অহেদদেখিAdverb
কওঁতাৰ ওচৰৰ ফাললৈ
to the side nearer to the speaker