অস্বীকাৰ কৰ্
o.swi.kar kor
অৰ্থ
1.
অজ্ঞতা প্ৰকাশ কৰ্
Declare as untrue or non existant
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
অজ্ঞতা প্ৰকাশ কৰ্ বা দায়িত্ব মানি ল’বলৈ অপাৰগতা প্ৰকাশ কৰ্
to say that you have no responsibility for, or knowledge of, something that has happened or been done.
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ