কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিধিগতbi.dhi.go.toProper Adj.
কোনো দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুন অনুসৰি হোৱা
in accordance with the prevailing laws of the land
- বিধিগামীAdjective
যিজন ব্যক্তিয়ে বেছিভাগ মানুহে গ্ৰহণযোগ্য বুলি গণ্য কৰা ধৰণে আচৰণ কৰে আৰু যিয়ে বেলেগ বা অস্বাভাৱিক বুলি গণ্য কৰিব পৰা কামবোৰ কৰাটো এৰাই চলে৷
a person who behaves in a way that is considered acceptable by most people and who avoids doing things that could be considered different or unusual.
- বিধিজ্ঞbidhijñaAdjective
নিয়ম জনা; ব্যবস্হা-শাস্ত্ৰ জনা
conversant with rules; versed in legal science
- বিধিবত্bi.dhi.botProper Adj.
চলিত নিয়ম অনুযায়ী
according to the prevailing rules
- বিধিবদ্ধProper Adj.
কোনো দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুন অনুসৰি হোৱা
in accordance with the prevailing laws of the land
- বিধিবিহিতbi.dhi.bi.hitProper Adj.
কোনো দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুন অনুসৰি হোৱা
in accordance with the prevailing laws of the land
- বিধিবিৰুদ্ধbi.dhi.bi.rud.dhoProper Adj.
গতানুগতিক নিয়ম মাতে নোহোৱা৷
Not according to established practice or rules
- বিধিবৰ্হিভূতbi.dhi.bor.hi.bhu.toProper Adj.
দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুনৰ পৰিপন্থী
not in agreement with the the prevailing laws of the land
- বিধিসঙ্গতbi.dhi.xong.gotProper Adj.
কোনো দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুন অনুসৰি হোৱা
in accordance with the prevailing laws of the land
- বিধিসন্মতbi.dhi.xon.mo.toProper Adj.
কোনো দেশ বা ঠাইৰ প্ৰচলিত আইন-কানুন অনুসৰি হোৱা
in accordance with the prevailing laws of the land
- বিধুতিbidhutiAdjective
অপবিত্ৰ; অশুচি
not clean
- বিধুৰbidhuraAdjective
কাতৰ; ভীত; বিমূঢ়; স্ত্ৰী. বিধুৰা।
- বিধূমbidhūmaAdjective
ধোঁবা নোহোবা অৰ্থাৎ দপ্দপ্কৈ জ্বলি থকা অবস্হা
the state of a fire in its full blaze without any smoke
- বিধে-বিধেbi.dhe-bi.dheProper Adj.
বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
having differing characteristics
- বিধেয়bidheẏaAdjective
বিধি বা নিয়ম অনুসৰি কৰিব লগীয়া বা কৰা উচিত; শাস্ত্ৰৰ সম্মতি পাব লগীয়া
to be performed; to be prescribed
- বিধৌতbi.dhou.toVerbal Adj.
পানীত বা পানীৰে অথবা আন কোনো তৰলেৰে ধোৱা
cleansed with or in water or other liquid
- বিধ্বংসীbi.dhwong.xiProper Adj.
ধ্বংস বা বিনাশ কৰাৰ ক্ষমতা বা প্ৰৱণতা থকা
able to or having the intention to render useless or destroy.
- বিধ্বস্তbidhbastaAdjective
ধ্বংসপ্ৰাপ্ত; উৎপন্ন।
- বিধৰীbidharīAdjective
লেংটিও নথকা; নাঙঠ; বিবস্ত্ৰ
stark naked
- বিধৰ্মীbidharmīNoun
আন ধৰ্ম্মৰ মানুহ
a follower of a different religion