বিধেয়
bidheẏa
অৰ্থ
1.
বিধি বা নিয়ম অনুসৰি কৰিব লগীয়া বা কৰা উচিত; শাস্ত্ৰৰ সম্মতি পাব লগীয়া
to be performed; to be prescribed
বিণ.
2.
(ব্যাকৰণ) কোনো এটা বাক্যত কৰ্ত্তালৈ উদ্দেশ্য কৰি যি কথা কোবা হয়
what is predicated to a subject in a sentence
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ