← ফুৰি যাওকবিধৰ্মীbidharmīঅৰ্থ1.আন ধৰ্ম্মৰ মানুহa follower of a different religionবি.সমাৰ্থক শব্দবিধৰ্ম্মী · bidharmmī2.ধৰ্ম্ম এৰা মানুহrenegadeবি.সমাৰ্থক শব্দবিধৰ্ম্মী · bidharmmī3.পাপী; অধৰ্ম্মীsinful; viciousবিণ.সমাৰ্থক শব্দবিধৰ্ম্মী · bidharmmīউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ