কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কুৰীয়াAdjective
কুৰি টকা মূল্যৰ
of twenty rupees value
- কুৰীয়াkurīẏāAdjective
কোৰ-যুক্ত; কোৰে খোবা; সদায় নৰিয়া পৰি থকা; চিৰৰুগীয়া
sickly; valetudinarian
- কুৰুচীয়াAdjective
slightly curdled
- কুৰূচীয়াAdjective
slightly curdled
- কুৰূপkurūpaAdjective
বেয়া ৰূপ বা গঢ়ৰ; আগঢ়ী; অশুবনী
ugly
- কুৰ্ণ্ঠkurṇṭhaAdjective
কুণ্ঠিত; দুৰ্ব্বল; ভয়যুক্ত
hesitating; diffident
- কুৰ্বুধীয়াkur.bu.dhi.yaProper Adj.
দুষ্টবুদ্ধি সম্পন্ন বা বেয়া মতলব থকা।
having evil thoughts or intentions.
- কুৰ্ব্বুধীয়াkur.bu.dhi.yaProper Adj.
দুষ্টবুদ্ধি সম্পন্ন বা বেয়া মতলব থকা।
having evil thoughts or intentions.
- কূটkūṭaNoun
মিছা; মায়া; ভণ্ডামি
fraud; illusion; deception
- কূটনৈতিকkūṭanaitikaAdjective
কৌশলপূৰ্ণ নীতি-সম্বন্ধীয়
diplomatic
- কূটস্থku.tos.thoProper Adj.
নেদেখা বা আৱিষ্কাৰ নকৰা।
not being seen or discovered.
- কূটস্হkūṭashaAdjective
নিৰ্ব্বিকাৰ; একেৰকমে থকা; যেনে-"কূটস্হ বোলয় তাক বিকাৰাদিহীন" (মিশ্ৰ-গীতা)
unchanging
- কূটাৰ্থকku.tar.thokProper Adj.
অন্তৰ্নিহিত অৰ্থ থকা
having a hidden meaning; containing a meaning other than the apparent one
- কূৰ্চ্চুটীয়াkur.su.ti.yaProper Adj.
যাৰ মনত কঁপট ভাৱ থাকে, কপটাচাৰ কৰা লোক।
to give a false or misleading appearance to; conceal the truth or real nature.
- কৃচ্ছ্ৰসাধ্যkris.sro.xa.dhyoProper Adj.
যিটো কৰিবলৈ যথেষ্ট চেষ্টা আৰু দক্ষতাৰ প্ৰয়োজন
demanding considerable effort or skill
- কৃতkri.toVerbal Adj.
কৰা বা সম্পন্ন কৰা কোনো কাম
something carried out or accomplished
- কৃতকProper Adj.
যিটো স্বাভাৱিক বা প্ৰাকৃতিক নহয়
Not natural in manner
- কৃতকামkri.to.kamProper Adj.
আশা কৰা মতে ঘটা বা শেষ হোৱা; প্ৰচেষ্টা কৰা বা বিছৰা মতে অৰ্জন কৰা
happened or terminated according to desire; accomplished what is attempted or intended
- কৃতকাৰ্য্যkri.to.kar.jyoProper Adj.
আশা কৰা মতে ঘটা বা শেষ হোৱা; প্ৰচেষ্টা কৰা বা বিছৰা মতে অৰ্জন কৰা
happened or terminated according to desire; accomplished what is attempted or intended
- কৃতকৃত্যkri.to.kri.tyoProper Adj.
আশা কৰা মতে ঘটা বা শেষ হোৱা; প্ৰচেষ্টা কৰা বা বিছৰা মতে অৰ্জন কৰা
happened or terminated according to desire; accomplished what is attempted or intended