কূট
kūṭa
অৰ্থ
1.
মিছা; মায়া; ভণ্ডামি
fraud; illusion; deception
বি.
2.
বঞ্চনা; কুটিলতা
trick; a fraudulent scheme
বি.
3.
পৰ্ব্বতৰ টিং
a mountain peak
বি.
4.
হাতুৰী; লাঠিত সুমুবাই ৰখা তৰোবাল; এবিধ অস্ত্ৰ; যেনে-"কূট মুদগৰ বাণে গগন ঢাকিল" (মা. ক. লঙ্কাকাণ্ড)।
বি.
5.
নাঙলৰ গাডোখৰ
the body of a plough
বি.
6.
টুটকীয়া; কপটীয়া; কুটিল; ছলাহী বা ছল-যুক্ত; যেনে-কূট কথা, কূট ৰস
deceitful; fraudulent; intriguing
বিণ.
7.
কংসাসূৰৰ এজন মাল।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ