← ফুৰি যাওক

কুৰূপ

kurūpa

অৰ্থ

1.

বেয়া ৰূপ বা গঢ়ৰ; আগঢ়ী; অশুবনী

ugly

বিণ.

2.

কুৎসিত আকৱতি; কদাকাৰ; বেয়া গঢ়্

ugly form; ugliness

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কুৰূপ · অসমীয়া অভিধান