কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অননূকৰণীয়ananūkaraṇīẏaAdjective
অনূকৰণৰ অসাধ্য; অনুকৰণৰ অযোগ্য
inimitable; unfit for imitation
- অনন্ত-যৌবনananta-yaubanaNoun
চিৰকাললৈ থকা ডেকা অবস্হা
eternal youth
- অনন্ত-যৌৱনাo.non.to-jou.bo.naProper Adj.
কেতিয়াও শেষ নোহোৱা ধৰণৰ যৌৱনৰ অধিকাৰী (নাৰী)
having everlasting youth (said of a girl or woman)
- অনন্তস্থায়ীo.non.to.stha.yiProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- অনন্যananyaAdjective
একক
unique
- অনন্য-পূৰ্বাananya-pūrbāAdjective
আন এজনক আগেয়ে দিওঁ নোবোলা
not bequethed to another previously; virgin
- অনন্য-পূৰ্ব্বাananya-pūrbbāAdjective
আন এজনক আগেয়ে দিওঁ নোবোলা
not bequethed to another previously; virgin
- অনন্যবৃত্তিProper Adj.
যাৰ অন্য কোনো কৰ্ম বা জীৱিকা নাই
engaged in no occupation other than
- অনন্যব্ৰতProper Adj.
যাৰ অন্য ব্ৰত, কৰ্ম বা সংকল্প নাই
engaged in or performing no task other than.
- অনন্যমনাo.no.nyo.mo.naProper Adj.
একান্তভাৱে কোনো বস্তু, কথা অথবা ভাৱত নিমগ্ন হোৱা |
deeply engrossed or absorbed.
- অনন্যসাধাৰণo.no.nyo.xa.dha.ronProper Adj.
যিটো স্বাভাৱিক বা সাধাৰণ নহয়
something which is not normal
- অনন্যোপায়ananyopāẏaAdjective
আন উপায় নোহোবা; নিৰুপায়
without any alternative
- অনপProper Adj.
ৰস বা পানী নথকা
Not having moisture or water
- অনপকাৰীanapakārīAdjective
অনিষ্টকাৰী নোহোবা
inoffensive
- অনপকৰ্মাProper Adj.
কোনো বেয়া কাম নকৰা ব্যক্তি
a person not performing harmful act
- অনপত্যo.no.po.tyoProper Adj.
ল’ৰা-ছোৱালী নথকা ব্যক্তি ৷
Someone without offspring.
- অনপায়ীo.no.payiProper Adj.
সময়, উত্তাপ, বতৰ, চাপ আদিৰ ক্ষেত্ৰত ধৰণ, মূল্য বা পৰিসৰ সলনি নোহোৱা
Unchanging in nature, value, or extent with respect to any parameter like time, temperature, weather, pressure etc
- অনপেক্ষanapekṣaAdjective
আনলৈ অপেক্ষা নকৰা; আনে কৰিব বুলি বাট নোচোবা; কাৰো ওপৰত নিৰ্ভৰ নকৰা
not depending on others
- অনবগুণ্ঠিতাanabaguṇṭhitāAdjective; Noun
ওৰণি লোবা নাই।
- অনবচ্ছিন্নanabacchinnaAdjective
ছেদ কৰিব নোবৰা; অবিভক্ত; অবিৰত
continuous