কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সপ্ত আশ্চৰ্য্যxop.to a.sor.jyoProper Noun
মানুহ নিৰ্মিত বিশ্বৰ সাতটা আশ্চৰ্য্যজনক গাঁঠনি৷
(Seven Wonders of the World)the seven most spectacular man made structures of the (ancient)world.
- সপ্ত-সমুদ্ৰsapta-samudraNoun
লবণ, ইক্ষু, সুৰা, ঘৱত, দধি, ক্ষীৰ, আৰু স্বাদূদক, এই সাত সমুদ্ৰ।
- সপ্ত-স্বৰsapta-sbaraNoun
সঙ্গীতৰ সাতোটা স্বৰ-ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঞ্চম, ধৈবত, নিষাদ।
- সপ্তকxop.tokAbstract Noun
ভাৰতীয় সংগীতৰ সাতোটা মূল স্বৰ-চাদজা, ৰিষভ, গান্ধাৰ, মধ্যম, পঞ্চম, ধাইভাট আৰু নিষাদ, চমুকৈ চা, ৰে, গা, মা, পা, ধা, নি৷ সমূহীয়াকৈ এই স্বৰখিনিক স্বৰগম বোলা হয়৷
The seven notes of the swaras (scales) of Indian music viz. shadja, rishabh, gandhar, madhyam, pancham, dhaivat and nishad. They are shortened to Sa, Ri (Carnatic) or Re (Hindustani), Ga, Ma, Pa, Dha, and Ni and written S, R, G, M, P, D, N. Collectively these notes are called as the sargam.
- সপ্তচত্বাৰিংশxop.to.so.ta.ring.xoProper Noun
চল্লিছকৈ সাত বেছি ৷
seven more than forty; the symbol denoting 47. (৪৭ in Assamese)
- সপ্তচত্বাৰিংশত্তমxop.to.so.ta.ring.xot.tomProper Noun
চল্লিছকৈ সাত বেছি ৷
seven more than forty; the symbol denoting 47. (৪৭ in Assamese)
- সপ্তচ্ছদxop.to.pot.roCommon Noun
ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূৱ এছিয়াত উপলব্ধ এবিধ চিৰসেউজ উদ্ভিদ; বৈজ্ঞানিক নামঃ এলষ্ট’নিয়া স্কলাৰিচ।
an evergreen, tropical tree native to the Indian subcontinent and Southeast Asia; Scientific name: Alstonia scholaris.
- সপ্তজনCommon Noun
আচামী দোষী নে নিৰ্দ্দোষী স্থিৰ কৰিবলৈ জনসাধাৰণৰ মাজৰপৰা আদালতে নিৰ্ব্বাচন কৰা কেইজনমান লোকৰ এজন
Member of a body of usually 7 persons sworn to judge and give a verdict on a given matter.
- সপ্তজনীxop.to.jo.niAbstract Noun
আচামী দোষী নে নিৰ্দ্দোষী স্থিৰ কৰিবলৈ জনসাধাৰণৰ মাজৰপৰা আদালতে নিৰ্ব্বাচন কৰা কেইজনমান লোক
A body of persons sworn to judge and give a verdict on a given matter
- সপ্তজিহ্বxop.to.jih.boMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- সপ্ততিsaptatiNoun
সতৰি; সত্তৰি; সাত-দহ
seventy
- সপ্তত্ৰিংশxop.to.tring.xoProper Noun
ত্ৰিশতকৈ সাত বেছি ৷
seven more than thirty; the symbol denoting 37. (৩৭ in Assamese)
- সপ্তত্ৰিংশত্তমxop.to.tring.xot.tomProper Noun
ত্ৰিশতকৈ সাত বেছি ৷
seven more than thirty; the symbol denoting 37. (৩৭ in Assamese)
- সপ্তধাতুsaptadhātuNoun
শৰীৰত থকা ৰস, তেজ, মঙহ, তেল, শুক্ৰ, মজ্জা আৰু অস্হি (হাড়); . সপ্তম [সং.] বিণ. সাতৰ সংখ্যা পূৰ কৰা
the seven essential things in the body. viz. chyle, blood, flesh, semen, bone, marrow, etc ; seventh
- সপ্তনাৰীচক্ৰxop.to.na.ri.so.kroAbstract Noun
বৰষুণৰ আগজাননী দিব পৰা জ্যোতিষ গণনা৷
an astrological diagram supposed to foretell rain.
- সপ্তনৱতিxop.to.no.wo.tiCommon Noun
নব্বৈতকৈ সাত বেছি৷
seven more than ninety.
- সপ্তনৱতিতমxop.to.no.wo.ti.tomCommon Noun
নব্বৈতকৈ সাত বেছি৷
seven more than ninety.
- সপ্তপঞ্চাশত্তমxop.to.xon.sax.tomProper Noun
পঞ্চাশতকৈ সাত বেছি ৷
seven more than fifty; the symbol denoting 57. (৫৭ in Assamese)
- সপ্তপত্ৰbo.hu.por.niCommon Noun
ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূৱ এছিয়াত উপলব্ধ এবিধ চিৰসেউজ উদ্ভিদ; বৈজ্ঞানিক নামঃ এলষ্ট’নিয়া স্কলাৰিচ।
an evergreen, tropical tree native to the Indian subcontinent and Southeast Asia; Scientific name: Alstonia scholaris.
- সপ্তপদীsaptapadīNoun
বিয়াত দৰা-কন্যাই সাত পাক একেলগে গমন কৰা কাৰ্য্য।