← ফুৰি যাওক

সপ্তধাতু

saptadhātu

অৰ্থ

1.

শৰীৰত থকা ৰস, তেজ, মঙহ, তেল, শুক্ৰ, মজ্জা আৰু অস্হি (হাড়); . সপ্তম [সং.] বিণ. সাতৰ সংখ্যা পূৰ কৰা

the seven essential things in the body. viz. chyle, blood, flesh, semen, bone, marrow, etc ; seventh

বি.

2.

ৰাশি-চক্ৰৰ সপ্তম ঠাই; যেনে-"সপ্তমত গুৰু থাকিলে ভাল"; . সপ্তমী বি. মাহৰ দুই পক্ষৰ সাত সংখ্যাৰ তিথি

the seventh place of the zodiac ; the seventh lunar day

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ