কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভিট্ৰিয়লNoun
ভিট্ৰিয়ল
ভিট্ৰিয়ল
- ভিঠাbhiṭhāNoun
"ভেটি" চোবাঁ।
- ভিঠিbhiṭhiNoun
"ভেটি" চোবাঁ।
- ভিডিঅ’bhi.di.oAbstract Noun
A series of photos displayed in rapid succession to give the visual effect of moving objects.
- ভিণ্ডbhiṇḍaNoun
বৰ ওখ ডাঙৰ আৰু দেখিলে ভয় লগা বস্ত্ত; পৰ্ব্বতাকাৰ বস্ত্ত; মাটিৰ দ'ম; . "ৰাক্ষসে বানৰে যুজে হুইয়া একপিণ্ড। চাপিয়া পৰয় যেন পৰ্ব্বতৰ ভিণ্ড" (মা. ক., লঙ্কাকাণ্ড)
lamp of earth ; a huge or gigantic thing
- ভিতিbhitiNoun
ফালে; দিশ; যেনে-"আগত নাহিক হৰি গৈল কোনভিতি" (কীৰ্ত্তন)
side; direction
- ভিত্তিbhittiNoun
ভেটি; বুনিয়াদ মূল
basis
- ভিত্তিমূলbhit.ti.mulAbstract Noun
কোনো বস্তুৰ প্ৰধান উপাদান, যাক তাৰ মৌলিক অংশৰূপে ধৰা হয় ৷
the principal element or ingredient of anything, considered as its fundamental part
- ভিতৰbhitaraNoun
মাজ; অন্তৰ; অভ্যন্তৰ; মধ্য; নেদেখা বা গুপ্তভাগ
the inside; inner part; the middle; secret part
- ভিতৰ-গুটিbhitara-guṭiNoun
পেটৰ ভিতৰত বা নাড়ীত হোবা ঘা বা খহু
ab abscess of the bowels
- ভিতৰ-ঘৰbhi.tor-ghorMaterial Noun
ঘৰৰ যি ভাগত তিৰোতা থাকে।
the interior of a house where women-folk live.
- ভিতৰ-টোলbhi.tor-to`lMaterial Noun
ঘৰৰ যি ভাগত তিৰোতা থাকে।
the interior of a house where women-folk live.
- ভিতৰুবাল্bhitarubālNoun
ৰজাঘৰৰ ভিতৰৰ কাম-কাজ কৰা আহোম ৰজাৰ দিনৰ এটা চমুবা খেলৰ নাম
the name of a class of men who had access, and whose duties were confined to the royal household
- ভিতৰুৱা ঠাইMaterial Noun
মূল সূতিৰ বাসস্থানৰ পৰা বহু দূৰৰ ঠাই৷
a place far away from mainstream habitations.
- ভিতৰুৱাবাটCommon Noun
a road giving access to a place or to another road
- ভিতৰুৱালbhi.to.ru.walCommon Noun
যাক বিশ্বাস কৰিব পাৰি
one to whom secrets are entrusted
- ভিনbhinaAdjective
বেলেগ; পৱথক
separate; different
- ভিন-পৰNoun
আপোন-পৰ ভাব; সকলোকে সমান চকুৰে নোচোবা; পক্ষপাত
favouring one in preference to another; partiality
- ভিন-ভাৱbhin-bhao`Abstract Noun
দুই বা ততোধিক বস্তু একে নোহোৱা গুণ, অৱস্থা বা তাৰ পৰিমাণ।
The quality or condition or amount by which two or more items are not similar.
- ভিনদেউbhin.dewCommon Noun
বায়েকৰ স্বামী
husband of elder sister