← ফুৰি যাওক

ভিন-পৰ

অৰ্থ

1.

আপোন-পৰ ভাব; সকলোকে সমান চকুৰে নোচোবা; পক্ষপাত

favouring one in preference to another; partiality

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভিন-পৰ · অসমীয়া অভিধান