কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বলাকাbalākāNoun
বক; বগলী; যেনে-"হিয়াত শ্ৰীবৎস কৰে কান্তি। যেনে মেঘে বলাকাৰ পান্তি" (কীৰ্ত্তন)
a heron
- বলাত্কাৰbalātkāraNoun
বলপূৰ্ব্বক কাম কৰোবা
compulsion
- বলাত্কাৰbo.lat.karVerbal Noun
বলপূৰ্বক স্ত্ৰী সম্ভোগ কৰা কাৰ্য্য ৷
The act of having sexual intercourse with a woman by force.
- বলাধ্যক্ষbo.la.dhoi.khyoAbstract Noun
স্থলসেনাৰ সৰ্বোচ্চ, প্রধান বিষয়া।
(also General)the highest postion in an army; the chief of the army of a country.
- বলাহকbalāhakaNoun
ডাবৰ; মেঘ
cloud
- বলাৎকাৰীbo.lat.ka.riCommon Noun
যিজন ব্যক্তিয়ে সন্মতিৰ অবিহনে আন এজনৰ সৈতে যৌনকৰ্মত লিপ্ত হয়।
a person who indulges in unconsented sexual act with another person.
- বলিbali
দেবতাৰ নামত উছৰ্গা কৰা বস্ত্ত
- বলি প্ৰথাAbstract Noun
the offering of animal, plant, or human life or of some material possession to a deity, as in propitiation or homage.
- বলি-বিধানAbstract Noun
the offering of animal, plant, or human life or of some material possession to a deity, as in propitiation or homage.
- বলিউডbo``.li.udProper Noun
হিন্দী চিনেমা নিৰ্মাণৰ কেন্দ্ৰস্থল হিচাপে প্ৰসিদ্ধ বোম্বাই চহৰক হলিউদক অনুকৰণ কৰি বলিউদ বোলে৷
Bollywood is the sobriquet of the Hindi language film industry, based in Mumbai India. The term is often incorrectly used to refer to the whole of Indian cinema.
- বলিকটীয়াbalikaṭīẏāNoun
বলি কটা মানুহ
one who immolates or beheads sacrificial animals or things
- বলিদানNoun
দেবতাৰ আগত বলি দান কৰা বা দিয়া কাৰ্য্য
offering victims before a deity; immolation; sacrifice
- বলিন্দমbo.lin.domProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- বলিপুষ্টbo.li.pus.toCommon Noun
ক’লা বৰণৰ এক সাধাৰণ চৰাই
a black colored common bird
- বলিভিয়াbo.li.bhi.yaProper Noun
দক্ষিণ আমেৰিকাৰ এখন দেশ৷
Bolivia, officially known as the Plurinational State of Bolivia, is a landlocked country located in western-central South America.
- বলিভুকbo.li.bhukCommon Noun
ক’লা বৰণৰ এক সাধাৰণ চৰাই
a black colored common bird
- বলিমুখbo.li.mukhCommon Noun
প্ৰাইমেট বৰ্গৰ অন্তৰ্গত দীঘল-নেজীয়া মজলীয়া আকাৰৰ এক স্তন্যপায়ী জন্তু।
Any of various long-tailed, medium-sized members of the order Primates, including the macaques, baboons, guenons, capuchins, marmosets, and tamarins and excluding the anthropoid apes and the prosimians.
- বলিসূদনbo.li.xu.donProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- বলিয়নbaliẏanaNoun
হাত-চলন বা বুলন; হাত চলাই বা বুলাই (যন্ত্ৰৰ সহায় নলৈ) কাৰ্য্যকৰণ; যেনে-"হাত-বলিয়নত সূতা পকাইছে"
manipulation of the hands
- বলিয়াbaliẏāTransitive verb
ঘূৰণীয়া কৰ্; যেনে-"জঙ্ঘা দুই বৰ্ত্তুল কুন্দত বলিয়াইল" (মা. ক., লঙ্কাকাণ্ড)।