বলি
bali
অৰ্থ
1.
দেবতাৰ নামত উছৰ্গা কৰা বস্ত্ত
2.
দেবতাৰ আগত কটা জন্ত্ত, কোমোৰা আদি বস্ত্ত
animal or other things sacrificed before a deity
3.
সমুদায় প্ৰাণীলৈ বুলি দিয়া দৈনিক খাদ্যৰ অংশ; ভূত-যজ্ঞ; যেনে-"বলি বিশ্বদেব পঞ্চ যজ্ঞ যাৰ নাই" (প্ৰথম স্কন্ধ)।
4.
প্ৰহ্লাদৰ নাতি; বাণৰজাৰ বাপেক; এজন দৈত্য ৰজা।
বি.
5.
গাৰ শোটোৰা পৰা ছাল
wrinkles or folds of skin, shrivelled by old age
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ