কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিৰাকৃতni.ra.kri.toVerbal Adj.
কোনো আইন, মতামত বা কথা মানি লবলৈ অথবা বলবৎ কৰিবলৈ অমান্তি হোৱা |
To refuse to accept, submit to, believe, or make use of.
- নিৰাকৱতAdjective
নিৰাকৰণ কৰা; খণ্ডিত; মিছা বুলি প্ৰমাণ কৰা
refuted
- নিৰাধাৰীni.ra.dha.riProper Adj.
ধৰ্মীয় ৰীতি অনুসৰি লঘোণে থকা।
abstaining from food especially as a religious discipline.
- নিৰাধৰীয়াni.ra.dho.ri.yaProper Adj.
ধৰ্মীয় ৰীতি অনুসৰি লঘোণে থকা।
abstaining from food especially as a religious discipline.
- নিৰানন্দnirānandaAdjective
আনন্দশূন্য; বিমৰ্ষ; মন-মৰা
sorrowful; dejected
- নিৰাপত্তাহীনni.ra.pot.ta.hinProper Adj.
নিৰাপত্তা নথকা, বিপদ বা কোনো সংকতে ঘেৰি থকা ৷
not secure; exposed or liable to risk, loss, or danger.
- নিৰাপদnirāpadaAdjective
বিঘিনি বা বিপদৰপৰা মুক্ত; নিৰ্ব্বিঘ্ন
free from trouble or danger; safe
- নিৰাভৰণnirābharaṇaAdjective
অলঙ্কাৰশূন্য।
- নিৰামহিni.ra.mo.hiProper Adj.
মাছ, মঙহ, কণী আদি নথকা আহাৰ।
(food) without fish, meat or any animal product.
- নিৰামিষAdjective
মাছ-মঙহ নথকা (আহাৰ)।
- নিৰামিষাহাৰীNoun
নিৰামিষ খোবা মানুহ
one eating food other than meat and fish vegetarian
- নিৰামিষ্যAdjective
নিৰামিষ।
- নিৰাময়nirāmaẏaAdjective
নিৰোগী; বিঘিনি নথকা
free from disease
- নিৰাময়কni.ra.mo.yokProper Adj.
ৰোগ নিৰাময় কৰিব পৰা; বেমাৰ আৰোগ্য কৰিব পৰা বা সেই সম্পৰ্কীয়
serving or tending to cure; of or relating to the cure of disease
- নিৰাময়কাৰীni.ra.moy.ka.riProper Adj.
ৰোগ নিৰাময় কৰিব পৰা; বেমাৰ আৰোগ্য কৰিব পৰা বা সেই সম্পৰ্কীয়
serving or tending to cure; of or relating to the cure of disease
- নিৰালম্বnirālambaAdjective
নিৰাশ্ৰয়; অবলম্বন বা আশ্ৰয় নথকা; কাৰো ওপৰত ভাৰসা নৰখা
helpless; relying on none; having no support
- নিৰাশnirāśaAdjective
আশাশূন্য; আশা নথকা; আশাত বঞ্চিত হোবা; আশা পূৰ নোহোবা
having no hope; disappointed
- নিৰাশকৃতni.rax.kri.toProper Adj.
আশা বা আকাংক্ষা পূৰণ নোহোৱাৰ বাবে মন ম্লান হোৱা বা নিৰুত্সাহ হোৱা
depressed or discouraged by the failure of ones hopes or expectations
- নিৰাশাগ্ৰস্তni.ra.xa.gros.toProper Adj.
A condition or situation that do not inspire
- নিৰাশাজনকni.ra.xa.jo.nokProper Adj.
A condition or situation that do not inspire