← ফুৰি যাওক

নিৰালম্ব

nirālamba

অৰ্থ

1.

নিৰাশ্ৰয়; অবলম্বন বা আশ্ৰয় নথকা; কাৰো ওপৰত ভাৰসা নৰখা

helpless; relying on none; having no support

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ