← ফুৰি যাওক

নিৰাময়কাৰী

ni.ra.moy.ka.ri

অৰ্থ

1.

ৰোগ নিৰাময় কৰিব পৰা; বেমাৰ আৰোগ্য কৰিব পৰা বা সেই সম্পৰ্কীয়

serving or tending to cure; of or relating to the cure of disease

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নিৰাময়কাৰী · অসমীয়া অভিধান