কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মন্ত্ৰজালNoun
"ইন্দ্ৰজাল" চোবাঁ।
- মন্ত্ৰণাmantraṇāNoun
গুপ্ত পৰামৰ্শ; মনে মনে কৰা আলচ
a secret consultation; secret counsel
- মন্ত্ৰণা কক্ষCommon Noun
গোপন কথা বা আলোচনা কৰা কোঠা, নিভৃত কক্ষ
secret talk or discussion room.
- মন্ত্ৰণা পৰিষদCommon Noun
উপদেষ্টাসকলক লৈ গঠিত উচ্চ পৰ্যায়ৰ সমিতি
high level committee consisting of advisers.
- মন্ত্ৰণাদাতাmon.tro.na.da.taCommon Noun
চৰকাৰী বিভাগৰ মুৰব্বী।
Head of a Government department.
- মন্ত্ৰণালয়mon.tro.na.loyAbstract Noun
কোনো মন্ত্ৰীৰ কাৰ্যলয়৷
the office of a minister.
- মন্ত্ৰদাতাmantradātāNoun
দীক্ষা বা পৰামৰ্শ দিওঁতা।
- মন্ত্ৰনা কাৰ্যালয়Common Noun
উপদেষ্টাসকলৰ কাৰ্যালয়
office of advisers.
- মন্ত্ৰপাঠকCommon Noun
মন্ত্ৰ পঢ়া ব্যক্তি
a person who chants
- মন্ত্ৰযানmon.tro.janAbstract Noun
তিব্বতীয় বৌদ্ধ পৰম্পৰাৰ এটা উল্লেখযোগ্য ধাৰা৷
While Vajrayana Buddhism is a part of Tibetan Buddhism in that it forms a core part of every major Tibetan Buddhist school, it is not identical with it. Buddhist scholar Alexander Berzin refers to ``the Mahayana and Vajrayana traditions of Tibetan Buddhism``.
- মন্ত্ৰালয়mon.tra.loyAbstract Noun
কোনো মন্ত্ৰীৰ কাৰ্যলয়৷
the office of a minister.
- মন্ত্ৰিত্বmantritbaNoun
মন্ত্ৰীৰ পদ; মন্ত্ৰীগিৰি
the office of a minister
- মন্ত্ৰিসভাmantrisabhāNoun
মন্ত্ৰীসকলৰ মূল
council of ministers; cabinet
- মন্ত্ৰীmantrīNoun
পৰামৰ্শ দিওঁতা
a counseller
- মন্ত্ৰী-দপ্তৰmon.tri-dop.torAbstract Noun
কোনো মন্ত্ৰীৰ বিভাগ আৰু বিভাগীয় দায়িত্ব(সমূহ)৷
the position and official responsibilities of a minister.
- মন্ত্ৰীমণ্ডলAbstract Noun
মন্ত্ৰীসকলৰ এটা গোট৷
A group of ministers of an administration.
- মন্ত্ৰীসভাmantrīsabhāNoun
মন্ত্ৰীসকলৰ মূল
council of ministers; cabinet
- মন্তৰmantaraNoun
মন্ত্ৰ।
- মন্থনmon.thonVerbal Noun
(গাখীৰ বা দৈ) ঘুঁটি বা লৰাই মাখন প্ৰস্তুত কৰা কাৰ্য্য।
the act of agitating (milk or curd) in order to make into butter.
- মন্থৰণmon.tho.ronVerbal Noun
গতিবেগ কম হৈ যোৱা পৰিঘটনা৷
The rate of change of decrease of velocity with time