মন্ত্ৰী
mantrī
অৰ্থ
1.
পৰামৰ্শ দিওঁতা
a counseller
বি.
2.
ৰজাক শাসন আৰু যুদ্ধ-বিগ্ৰহ আদিৰ কাৰ্য্যত উপদেশ দিওঁতা এজন বিষয়া
a minister
বি.
3.
বুদ্ধি বা পৰামৰ্শ দিয়াত পাৰ্গত লোক
one versed in counsel or advice
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ