কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নালিকnālikaNoun
এবিধ নাল-যুক্ত প্ৰাচীন যুদ্ধাস্ত্ৰ।
- নালিচna.lisAbstract Noun
অসন্তুষ্টি বা নিৰানন্দ প্ৰকাশ।
expression of dissatisfaction or unhappiness.
- নালিছnālichaNoun
অভিযোগ; মোকৰ্দ্দমা
a suit or complaint
- নালীকnālīkaNoun
এবিধ নাল-যুক্ত প্ৰাচীন যুদ্ধাস্ত্ৰ।
- নাশnāśaNoun
ধ্বংস
destruction
- নাশকNoun
নাশ কৰোঁতা; ধ্বংস কৰোঁতা; হানি কৰোঁতা
a destroyer; a ruiner
- নাশকৰণnāśakaraṇaNoun
ধ্বংস-কাৰ্য্য
destruction
- নাশোঁতাNoun
নাশ কৰোঁতা; ধ্বংস কৰোঁতা; হানি কৰোঁতা
a destroyer; a ruiner
- নাসাnāsāNoun
নাক
the nose
- নাসাৰন্ধ্ৰnāsārandhraNoun
নাকৰ বিন্ধা
the nostril
- নাসিকাnāsikāNoun
নাক
the nose
- নাসিকামণ্ডলMaterial Noun
নাক আৰু মুখেৰে গঠিত, জন্তুৰ মুখৰ বাহিৰলৈ ওলাই থকা অংশ
the projecting portion of an animal’s face, consisting of its nose and mouth
- নাস্তিকnāstikaNoun
ঈশ্বৰ আৰু পৰকাল নমনা লোক; বেদ নমনা লোক
an atheist; heretic; one denying the divinity of the Vedas
- নাস্তিকত্ববাদnas.ti.kot.to.badAbstract Noun
পৰম্পৰাগত বিশ্বাস আৰু মৌলিক নীতিৰ ওপৰত ভাৰসা বা বিশ্বাসহীনতা ৷
The belief that nothing in the world has real existence.
- নাস্তিক্যnas.ti.kyoAbstract Noun
পৰম্পৰাগত বিশ্বাস আৰু মৌলিক নীতিৰ ওপৰত ভাৰসা বা বিশ্বাসহীনতা ৷
The belief that nothing in the world has real existence.
- নাস্তিক্যবাদীnas.ti.kyo.ba.diCommon Noun
ঈশ্বৰ অথৱা ধৰ্ম নমনা লোক
An unbeliever with respect to a particular religion, especially Christianity or Islam; Someone who denies the existence of god
- নাস্তিবাদnas.ti.badAbstract Noun
পৰম্পৰাগত বিশ্বাস আৰু মৌলিক নীতিৰ ওপৰত ভাৰসা বা বিশ্বাসহীনতা ৷
The belief that nothing in the world has real existence.
- নাহকnāhakaNoun
য'ত হক বা স্বত্ব নাই; অবাব; অনৰ্থক; অকাৰণ; মিছা- মিছি
improper; unjust; undeserved; useless
- নাহাnāhāNoun
মৰম; প্ৰেম; ; "নেহা" চোবাঁ।
affection; love
- নাহিnāhiNoun
দা-কটাৰীৰ আগটো; যেনে-"দাৰ নাহি"
the sharp end or point of a knife