কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিতোপনbitopanaAdjective
যাৰ উপমা নাই; অতি সুন্দৰ; বৰ ভাল
very good; excellent
- বিত্তশালীbit.to.xa.liProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- বিত্তীয়bit.ti.yoProper Adj.
অৰ্থ বা টকা-পইচাৰ প্ৰাপ্তি আৰু ব্যয় সম্পৰ্কীয়; ধনৰ সৈতে সম্বন্ধ থকা
pertaining to monetary receipts and expenditures; pertaining or relating to money matters
- বিত্তৱানbit.to.wanProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- বিতৰ্কমূলকbi.tor.ko.mu.lokProper Adj.
যিহক লৈ বাদানুবাদ চলি আছে, সন্দেহৰ অৱকাশ থকা৷
Causing or subject to dispute
- বিতৰ্কিতbi.tor.ki.toProper Adj.
যিহক লৈ বাদানুবাদ চলি আছে, সন্দেহৰ অৱকাশ থকা৷
Causing or subject to dispute
- বিদগদbidagadaAdjective
গম্ভীৰ; যেনে-"শুনা জন্মেজয় ইটো কথা বিদগদ" (বনপৰ্ব্ব)
- বিদগ্ধbidagdhaAdjective
অতিশয় পাৰ্গত; প্ৰগাঢ়
expert; skilful; very learned
- বিদায়ীbi.da.yiProper Adj.
যাক বিদায় দিয়া হৈছে৷
The one who is departing
- বিদিতbiditaAdjective
বুজ পোবা; জ্ঞাত; প্ৰকাশিত
known; revealed
- বিদীৰ্ণbidīrṇaAdjective
বিদাৰণ কৰা; ফলা; ছিলা
rent; torn
- বিদুষীbiduṣīAdjective
শিক্ষিতা; বিদ্যাবতী (তিৰোতা)
learned
- বিদূৰbidūraAdjective
অধিক দূৰত থকা
distant; far off
- বিদেশতbi.de.xotProper Adj.
নিজৰ দেশৰ পৰা বাহিৰত
foreign country or land, away from one`s own country
- বিদেশীAdjective
পৰদেশৰ; নিজ দেশৰ নোহোবা (বস্ত্ত, মানুহ)
foreign
- বিদেহbi.dehProper Adj.
যি দেহ ত্যাগ কৰিছে; যেনেঃ বিদেহী বা বিদেহ আত্মা।
An expression used to refer to a dead person, e.g. departed soul.
- বিদেহীbi.de.hiProper Adj.
যি দেহ ত্যাগ কৰিছে; যেনেঃ বিদেহী বা বিদেহ আত্মা।
An expression used to refer to a dead person, e.g. departed soul.
- বিদ্ধbiddhaAdjective
যাক বিন্ধা হ'ল।
- বিদ্বজনbid.do.jonProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- বিদ্যমানbidyamānaAdjective
উপস্হিত; আগতে থকা; বৰ্ত্তমান
present; existing