← ফুৰি যাওক

বিদগ্ধ

bidagdha

অৰ্থ

1.

অতিশয় পাৰ্গত; প্ৰগাঢ়

expert; skilful; very learned

বিণ.

2.

অতিশয় সুন্দৰ; যেনে-"বিদগ্ধ শৰীৰ কামদেব উপাম" (মা. ক., সুন্দৰাকাণ্ড)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ