← ফুৰি যাওক

বিদগদ

bidagada

অৰ্থ

1.

গম্ভীৰ; যেনে-"শুনা জন্মেজয় ইটো কথা বিদগদ" (বনপৰ্ব্ব)

বিণ.

2.

জ্ঞানী; পণ্ডিত; যেনে-"বিদগদজন তৈতে মিলল আশেষ" (মা. ক., অযোধ্যাকাণ্ড)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ