কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পোহনীয়াAdjective
পুহি ৰখা; ঘৰচীয়া
domesticated; tamed
- পোহমনাpo`h.mo.naProper Adj.
পোহনীয়া বা মানুহে ঘৰত পালন কৰা (জীৱ-জন্তু)|
adapted to live in close association with human.
- পোহৰpoharaNoun
দীপ্তি
light
- পোৱাpo`.waProper Adj.
ওজন জোখাৰ একক/মাপক৷ প্ৰায় 250 গ্ৰাম৷ 4 পোৱাই এক কিলোগ্ৰাম/লিটাৰ৷ যেনে: এপোৱা চেনী/ গাখীৰ৷
a measure of weight approximately 250 grams. Four powas make a kilogram (also litre)
- পৌনঃপুনিকpaunaḥpunikaAdjective
ভাগফলত বাৰে বাৰে ওলাই থকা (ভগ্নাংশ); যেনে-=.313
recurring; repeated
- পৌনেpauneAdjective
চাৰি ভাগৰ এভাগ কম থকা।
- পৌষ্টিকpous.tikProper Adj.
শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় সকলো উপাদান থকা (খাদ্য)
(food) that has all nutrients necessary for growth and development
- পৌৰpauraAdjective
নগৰ-সংক্ৰান্ত; বি. পৌৰ-নিৰ্বাচন পৌৰ- সভাৰ বাৰে সদস্য মনোনয়ন বা বাছনি; বি. পৌৰ-সভা নাগৰিকৰ ৰাজহুবা জীবনৰ পৰিচালনাৰ বাবে সঙ্ঘ।
- পৌৰাণিকpaurāṇikaAdjective
আগৰ ফালৰ
ancient
- পৌৰুষপূৰ্ণpou.rux.pur.noAdjective Adj.
সবল, উদ্যমী আৰু শাৰিৰীক , বিশেষকৈ শক্তিশালী যৌন ক্ষমতা থকা বা দেখুওৱা পুৰুষ৷
(of man) strong or full of or having/showing energy, especially sexual energy.
- পৌৰুষহীনpou.rux.hinProper Adj.
যৌন শক্তিহীন বা প্ৰজনন ক্ষমতাহীন (পুৰুষ)
(A male) unable to achieve an erection or having lack of sexual power or reproductive ability
- পৌৰুষাত্মকAdjective Adj.
পৰম্পৰাগতভাৱে পুৰুষৰ দেহত থাকিবলগীয়া গুণ বিশিষ্ট৷
having or denoting those good qualities traditionally associated with men, such as courage, strength, and spirit.
- পৌৰুষেয়pauruṣeẏaAdjective
মানুহে কৰা; মানুহ-সম্পৰ্কীয়।
- প্লাবিতAdjective
পানীত বুৰা; বঢ়া পানীত তল যোবা
flooded
- প্লাৱিতpla.bi.toVerbal Adj.
পানীৰ তলত ভালকৈ বুৰা বা তল যোৱা ।
Something which have been immersed thoroughly or going into the deep of water.
- প্ৰকটprakaṭaAdjective
প্ৰকাশিত
visible
- প্ৰকম্পিতprakampitaAdjective
অধিকৰূপে কঁপা
greatly agitated or excited
- প্ৰকাণ্ডprakāṇḍaAdjective
বৰ ডাঙৰ
very big
- প্ৰকাশprakāśaNoun
ওলোবা কাৰ্য্য
manifestation; display; appearance
- প্ৰকাশযোগ্যVerbal Adj.
যাক প্ৰকাশ কৰিব পাৰি
the one that can be expressed or published