← ফুৰি যাওক

পোৱা

po`.wa

অৰ্থ

1.

ওজন জোখাৰ একক/মাপক৷ প্ৰায় 250 গ্ৰাম৷ 4 পোৱাই এক কিলোগ্ৰাম/লিটাৰ৷ যেনে: এপোৱা চেনী/ গাখীৰ৷

a measure of weight approximately 250 grams. Four powas make a kilogram (also litre)

প্ৰকৃত বিশেষণ

2.

যিটো পোৱা হৈছে| দুটা বা ততোধিক ভেক্টৰৰ যোগফল বা লব্ধ মান (গণিত)গণিত|

one that is gained, reached or achieved. resultant of two more vectors.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ