← ফুৰি যাওক

প্ৰকট

prakaṭa

অৰ্থ

1.

প্ৰকাশিত

visible

বিণ.

2.

বহল

wide

বিণ.

3.

(পু. অ.) সক. ধা. উলিয়া; যেনে-"দশন প্ৰকটি"

to expose

বিণ.

4.

ব্যক্ত কৰ্; ভাঙি ক; যেনে-"শুনিয়ো বাসবে কথা প্ৰকটি কহিলা" (বঘাসুৰ)

to explain

বিণ.

5.

ক্ৰ. বিণ. ব্যাপি; বহল হৈ; যেনে-"পৰিলেক জল দশোদিশকে প্ৰকটি" (ভীম-চৰিত); বিণ. প্ৰকটিত।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ