কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিৰবধিnirabadhiAdjective
having no end; unlimited
- নিৰবলম্বnirabalambaAdjective
অবলম্বনহীন
supportless
- নিৰবয়বnirabaẏabaAdjective
অবয়ব-শূন্য; নিৰাকাৰ
without limbs
- নিৰভ্ৰni.robh.roProper Adj.
যেনে ফৰকাল বতৰ
(Of weather, the sky, etc.) not dull or gloomy
- নিৰম্বুnirambuAdjective
পানী নোহোবা; পানী এটোপাও গ্ৰহণ নকৰা, যেনে- নিৰম্বু উপবাস।
- নিৰলniralaAdjective
নিৰ্জ্জন; শাঁত
solitary; calm
- নিৰলসniralasaAdjective
আলস্যশূন্য।
- নিৰলাniralāAdjective
নিৰ্জ্জন স্হান।
- নিৰষ্ঠুকProper Adj.
কোনো লগ নাইকিয়া ব্যক্তি, লগ-সংগ নোহোৱা অৱস্থা
one who has no company; an atmosphere of having no company
- নিৰসni.roxProper Adj.
ৰস বা পানী নথকা
Not having moisture or water
- নিৰস্nirasAdjective
ৰস নথকা; শুকান
juiceless; dry
- নিৰস্ত্ৰnirastraAdjective
অস্ত্ৰ-নথকা
having no weapon
- নিৰহnirahaAdjective
অলপ শুকান অলপ জেকা
slightly dry and slightly wet
- নিৰহ নিপানীProper Adj.
দেখাত পৰিষ্কাৰ আৰু সজীৱ
neat and smart in appearance
- নিৰহ-নিপানীniraha-nipānīAdjective
ৰস বা পানী নথকা; ঘন; শুকান যেন
not watery; thick
- নিৰহংকাৰni.ro.hong.karProper Adj.
সন্মান আৰু সম্ভ্ৰম সহকাৰে কথা কোৱা বা আচৰণ কৰা
speaking or behaving with respect and dignity
- নিৰহংকাৰীni.ro.hong.ka.riProper Adj.
সন্মান আৰু সম্ভ্ৰম সহকাৰে কথা কোৱা বা আচৰণ কৰা
speaking or behaving with respect and dignity
- নিৰহঙ্কাৰnirahaṅkāraNoun
অহঙ্কাৰৰ অভাব; অহঙ্কাৰ নথকা গুণ
absence of pride
- নিৰহঙ্কাৰীni.ro.hong.ka.riProper Adj.
সন্মান আৰু সম্ভ্ৰম সহকাৰে কথা কোৱা বা আচৰণ কৰা
speaking or behaving with respect and dignity
- নিৰাকাৰnirākāraAdjective
আকৱতি বা শৰীৰ নথকা
having no form or body