← ফুৰি যাওক

নিৰহ-নিপানী

niraha-nipānī

অৰ্থ

1.

ৰস বা পানী নথকা; ঘন; শুকান যেন

not watery; thick

বিণ.

2.

অপব্যয় নথকা; টানি-টুনি খৰচ কৰা

economical

বিণ.

3.

নিৰ্ম্মল; বিশুদ্ধ

pure

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ