← ফুৰি যাওক

নিৰহঙ্কাৰ

nirahaṅkāra

অৰ্থ

1.

অহঙ্কাৰৰ অভাব; অহঙ্কাৰ নথকা গুণ

absence of pride

বি.

2.

নিৰহঙ্কাৰী; অহঙ্কাৰ নথকা; নম্ৰ

humble

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ