কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কুবৱতkubawataAdjective
আগঢ়ী; কুৰূপ; কুশ্ৰী
ugly
- কুমলাProper Adj.
পূৰাকৈ বিকশিত নোহোৱা; বয়স বা অভিজ্ঞতাৰ দিশৰ পৰা আশানুৰূপ জ্ঞানী বা নম্ৰ নোহোৱা
not fully developed, not being as wise and calm as people expect from one's age or experience
- কুমলীয়াkumalīẏāAdjective
আপঁইতা, অপূৰঠ; কম-বয়সীয়া
immature
- কুমাৰগৌৰৱProper Adj.
যাৰ বিয়া হোৱা নাই বা যি বিবাহ পাশত আৱদ্ধ হোৱা নাই।
a person who is not married
- কুলক্ষণীNoun
বেয়া লক্ষণ বা প্ৰকৱতি থকা তিৰোতা
a woman having bad conduct or unlucky marks on the body
- কুলক্ষণীয়াku.lokhyo.niaProper Adj.
কিবা এটা বেয়া হোৱাৰ সংকেত দিয়া।
showing signs that something bad will happen.
- কুলগতku.lo.go.toProper Adj.
এটা প্ৰজন্মৰ পৰা তাৰ পিছৰ প্ৰজন্মলৈ যাব বা বিয়পিব পৰা।
Able to be passed down genetically from one generation to another.
- কুলজনProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- কুলনাশিনীkulanāśinīAdjective
কুল নষ্ট কৰা; বংশৰ অপযশ অনা
one ruining a family
- কুলবৱদ্ধkulabawaddhaAdjective
বংশৰ ভিতৰত বুঢ়া
oldest in the dynasty
- কুলালম্বীProper Adj.
পৰিয়াল থকা লোক
one who maintains a family
- কুলীনkulīnaAdjective
উত্তম কুলতা জন্মা
of eminent descent; well-born
- কুলীয়াAdjective
কুলৰ সম্পৰ্কীয়; জাতিৰ
belonging or relating to a caste
- কুলেটিProper Adj.
যি কাৰোবাৰ কামত বাৰে-বাৰে বাধা দি শান্তি, জিৰণি বা মৌনতা ভঙ্গ কৰে
sth that breaks the rest, calm or quiet by repeatedly inferering one's actions
- কুলোম্ভবkulombhabaAdjective
কোনো এক বংশত ওপজা (বিশেষ্য শব্দৰ পাছত থাকে) যেনে-"ঋষি-কুলোদ্ভভ"
born in the family of
- কুলৱন্তku.lo.won.toProper Adj.
উত্তম জাতিৰ,শ্ৰেষ্ঠ বংশ বা কুলত জন্ম ।
Belonging to a family of high social rank.
- কুশলkuśalaNoun
কল্যাণ; নিৰাপদ; মঙ্গল; শুভ; সমৱদ্ধি; সুখ
welfare; well-being; happiness
- কুশহস্তkuśahastaAdjective
শৰাধ আদি কৰোঁতে হাতত কুশ পিন্ধা।
- কুশাগ্ৰProper Adj.
ধাৰাল আগ থকা
having a sharp pointed edge
- কুশাগ্ৰধীku.xa.gro.dhiProper Adj.
অতি সজাগ মনৰ অধিকাৰী, বিশেষকৈ যিকোনো বিপদ অতিক্ৰম কৰিব পৰা বা সতকাই সমিধান দিব পৰা গুণ-বিশিষ্ট
having a keenly alert mind, esp as used to avert danger, make effective reply, etc