← ফুৰি যাওক

কুলক্ষণী

অৰ্থ

1.

বেয়া লক্ষণ বা প্ৰকৱতি থকা তিৰোতা

a woman having bad conduct or unlucky marks on the body

বি.

2.

বেয়া চিন বা প্ৰকৱতি থকা; অমঙ্গলীয়া

inauspicious

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ