← ফুৰি যাওক

কুশল

kuśala

অৰ্থ

1.

কল্যাণ; নিৰাপদ; মঙ্গল; শুভ; সমৱদ্ধি; সুখ

welfare; well-being; happiness

বি.

2.

নিপুণ; পাৰগ; সক্ষম (সাধাৰণতে এটা সংজ্ঞা শব্দৰ পাছত থাকে; যেনে-"ৰণ-কুশল")

expert; skilful

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কুশল · অসমীয়া অভিধান