কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কোকানলেkokānaleAdverb
কাওঁ কাওঁ কৰে; চৌ চৌ কৰে; চুঙাৰ পৰা বৈ যোবাৰ নিচিনা
in a rapid flow as from a pipe
- কোচ খাko`s khaVerb-Intran.
আকাৰত সৰু হৈ পৰ্
to become small by retracting components like a spring etc
- কোচমোচ খাVerb-Intran.
bend or crouch in fear or with servility.
- কোছাkochāNoun
খৰি আদি দীঘল, গোটা সৰু বস্ত্তৰ আটি; মুঠা; ।
a bundle (of grass, sticks, etc.)
- কোন জেগাতko`n je.gatAdverb
কোনো ঘটনা বা বস্তুৰ অৱস্থিতি জানিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক শব্দ।
an interrogative adverb to ask in or at what place.
- কোন ঠাইতko`n thaitAdverb
কোনো ঘটনা বা বস্তুৰ অৱস্থিতি জানিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক শব্দ।
an interrogative adverb to ask in or at what place.
- কোন দিনাko`n di.naAdverb
কোনো হৈ যোৱা বা হ’ব লগীয়া ঘটনাৰ সময় সুধিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক অব্যয়
an interrogative adverb to ask the time at which an event took place or would take place
- কোন দিশেko`n di.xeAdverb
কোন ঠাইলৈ যাব সুধিবলৈ ব্যৱহাৰ কৰা শব্দ
an interrogative adverb to ask the direction in which one is going
- কোন পিনেko`n pi.neAdverb
কোন ঠাইলৈ যাব সুধিবলৈ ব্যৱহাৰ কৰা শব্দ
an interrogative adverb to ask the direction in which one is going
- কোনকাহানিবাইko’n.ka.ha.ni.baiAdverb
বহু দিনৰ আগৰ
refers to a period of time far in the past.
- কোনফালেko’n.pha.leAdverb
কোন ঠাইলৈ যাব সুধিবলৈ ব্যৱহাৰ কৰা শব্দ
an interrogative adverb to ask the direction in which one is going
- কোনো এঠাইতko`.no` e.tha.itAdverb
বক্তা (বা কেতিয়াবা শ্ৰোতাই) নজনা বা নাম উল্লেখ কৰিব নোখোজা কোনা ঠাই/ত
in/at/to some place unknown to the speaker (or at times to the hearer).
- কোনো গতিকে, কোনোৰূপে, কোনোপ্ৰকাৰেkono, gatike, konorūpe, konoprakāreAdverb
একোপ্ৰকাৰে [পাছত 'না' পদ এটা থাকে]; যেনে-"কোনো গতিকে বা ৰূপে বা প্ৰকাৰে যাব নোবাৰোঁ"
in any way whatever (followed by a negative)
- কোনো প্ৰকাৰেko’.no’ pro.ka.reAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- কোনো মতেko’.no’ mo.teAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- কোনোকালেkonokāleAdverb
কোনো সময়ত
at any time whatever; never
- কোনোগতিকেko`.no`.go.ti.keAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- কোনোপধ্যেkonopadhyeAdverb
কোনোমতে।
- কোনোবাফালেko`.no`.ba.pha.leAdverb
কওঁতাই নজনা বা নাম উল্লেখ কৰিব নোখোজা কোনো ঠাইলৈ৷ যেনে: ক’ৰবালৈ ওলাইছে নেকি?, তেখেত কেনিবা গ’ল৷
to a place unknown to the speaker/hearer or to a place the speaker does not want to mention.
- কোনোমতেko`.no`.mo.teAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.