← ফুৰি যাওক

কোনোবাফালে

ko`.no`.ba.pha.le

অৰ্থ

1.

কওঁতাই নজনা বা নাম উল্লেখ কৰিব নোখোজা কোনো ঠাইলৈ৷ যেনে: ক’ৰবালৈ ওলাইছে নেকি?, তেখেত কেনিবা গ’ল৷

to a place unknown to the speaker/hearer or to a place the speaker does not want to mention.

ক্ৰিয়া বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কোনোবাফালে · অসমীয়া অভিধান