← ফুৰি যাওক

কোনো গতিকে, কোনোৰূপে, কোনোপ্ৰকাৰে

kono, gatike, konorūpe, konoprakāre

অৰ্থ

1.

একোপ্ৰকাৰে [পাছত 'না' পদ এটা থাকে]; যেনে-"কোনো গতিকে বা ৰূপে বা প্ৰকাৰে যাব নোবাৰোঁ"

in any way whatever (followed by a negative)

ক্ৰি. বিণ.

2.

কোনো এক প্ৰকাৰে বা উপায়েৰে; যেনে-"কোনো গতিকে, ৰূপে বা প্ৰকাৰে আহিলোঁ"

somehow or other

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ