কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আৱদ্ধaawoddhoVerbal Adj.
কেইওফালে বেৰি আটক কৰা বা হোৱা|
Not free to move about.
- আৱদ্ধ হa.bod.dho hoVerb-Intran.
জালত বন্দী হ বা জালত পৰি এৰাব নোৱাৰা হ
to be entangled or trapped
- আৱাহনa.wa.honVerbal Noun
কিবা (শুভ,ডাঙৰ) কাম কৰাৰ আগতে ভগৱান বা জ্ঞানী, ক্ষমতাশালী লোকৰ পৰা সহায় বিচৰা৷
the act of asking for help from God or somebody in power before you start something good, grand.
- আৱাহনীVerbal Adj.
(দেৱতা বা আত্মাক) প্ৰাৰ্থনাৰ জৰিয়তে আৱাহন বা আমন্ত্ৰণ কৰাৰ সৈতে জড়িত; যেনেঃ আৱাহনী মন্ত্ৰ
relating to invocation or calling on (a deity or spirit) in prayer
- আৱিষ্কৃতa.bis.kri.toVerbal Adj.
যিটো বিচাৰি পোৱা গৈছে বা আৱিষ্কাৰ কৰা হৈছে
what has been found out
- আৱিৰ্ভাৱa.bir.bhabVerbal Noun
কোনো বস্তু পোন-প্ৰথম বাৰৰ কাৰণে আৰম্ভ হোৱা বা কৰা কাৰ্য্য
The act of starting something for the first time; introducing something new.
- আৱিৰ্ভূতa.bir.bhu.toVerbal Adj.
চকুৰে দেখা অথবা বুজিব পৰাকৈ পৰিস্কাৰ বা প্ৰমাণিত কৰি তোলা
made clear or evident to the eye or the understanding
- আৱিৰ্ভূতিa.bir.bhu.tiVerbal Noun
কোনো বস্তু পোন-প্ৰথম বাৰৰ কাৰণে আৰম্ভ হোৱা বা কৰা কাৰ্য্য
The act of starting something for the first time; introducing something new.
- আৱেশawexAbstract Noun
চুম্বকীকৰণ বা চুম্বকীয় আৱেশ
Production of an electric or magnetic state by the proximity (without contact) of an electrified or magnetized body
- আৱৰ্Verb-Trans.
কিবা বস্তুৰে কিহবাক আবৰি পেলা
to cover or surround sth with some material
- আৱৰ্তন কৰ্a.bor.ton korVerb-Intran.
এক নিৰ্দ্দিষ্ট অক্ষক কেন্দ্ৰ কৰি গতি কৰি থাক্
to make a circular motion around own axis