← ফুৰি যাওক

আৱদ্ধ হ

a.bod.dho ho

অৰ্থ

1.

জালত বন্দী হ বা জালত পৰি এৰাব নোৱাৰা হ

to be entangled or trapped

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আৱদ্ধ হ · অসমীয়া অভিধান