কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অলʼVerb-Intran.
(কোনো স্থানৰ পৰা) বাহিৰলৈ আহ্
to get out (of some place)
- অলং নলঙকেAdverb
যাওঁ নাযাওঁ বহু ভাৱি গুণি ওলাই যোৱা
Going out after dilemma or indecisiveness.
- অলংকৃতo.long.kri.toVerbal Adj.
অলঙ্কাৰ অথবা শুৱনি বস্তু খটাই ধুনীয়া কৰা।
beautified by decorative items.
- অলংকৃত কৰ্Verb-Trans.
দেখনিয়াৰ কৰ, চকুত লগাকৈ সজাই তোল
display in an attractive way
- অলংকৰণVerbal Noun
সাজ- সজ্জা
The process of decorating something
- অলক্ষিতেo.lo.khyi.teAdverb
দেখা নোপোৱাকৈ বা মণিব নোৱাৰাকৈ।
without being observed or perceived.
- অলগাইo.lo.gaiAdverb
Distinctly different parts or units
- অলঙ্কৃত কৰ্o.long.kri.to korVerb-Trans.
অলংকাৰ খটুৱাই সুন্দৰ কৰি তোল্।
To make beautiful, as by ornamentation; decorate. To add ornamental or fictitious details to.
- অলপকৈo.lop.koiAdverb
একেবাৰে কম পৰিমাণে ৷
in a small quantity.
- অলপতেAdverb
অলপ দিনৰ আগেয়ে
recently
- অলপমানকৈo.lop.man.koiAdverb
একেবাৰে কম পৰিমাণে ৷
in a small quantity.
- অলপীয়াকৈo.lo.pi.ya.koiAdverb
একেবাৰে কম পৰিমাণে ৷
in a small quantity.
- অলিখিতo.li.khi.toVerbal Adj.
লিখিত বা লিপিবদ্ধ ৰূপত নথকা নীতি নিয়ম, আইন ,তথ্য আদি৷ লিখিত ৰূপত নাথাকিলেও এই বিলাকৰ বিষয়ে মানুহৰ সম্যক ধাৰণা থাকিব পাৰে৷
(rule,law,norm, information etc.) which are not yet written down or recorded though people know about them and understand e.g. we have an unwritten agreement..
- অলিপিবদ্ধo.li.pi.bod.dhoVerbal Adj.
লিখিত বা লিপিবদ্ধ ৰূপত নথকা নীতি নিয়ম, আইন ,তথ্য আদি৷ লিখিত ৰূপত নাথাকিলেও এই বিলাকৰ বিষয়ে মানুহৰ সম্যক ধাৰণা থাকিব পাৰে৷
(rule,law,norm, information etc.) which are not yet written down or recorded though people know about them and understand e.g. we have an unwritten agreement..
- অলিয়ে-গলিয়েo.li.ye-go.li.yeAdverb
ইঠাইত বা আন এঠাইত |
In this place and in that; at various places.
- অলে আহVerb-Trans.
ওলাই আহ্
To command to come out of a enclosure like house or room.
- অল্পাহাৰীVerbal Adj.
ভোক নলগা বা খোৱাৰ হেঁপাহ নথকা
lacking appetite or having no desire to eat
- অলৰ-ৰূপেAdverb; Adjective
অলৰ- অচৰ লৰচৰ কৰিব নোবৰা; লৰচৰ নকৰা
unable to move; motionless
- অলৱণীকৰণVerbal Noun
any of several processes that remove some amount of salt and other minerals from saline water. More generally, desalination may also refer to the removal of salts and minerals, as in soil desalination.
- অশলাগী হo.xo.la.gi hoVerb-Trans.
উপকাৰীৰ শলাগ নল
to be ungrateful or ingrate