← ফুৰি যাওক

অলপতে

অৰ্থ

1.

অলপ দিনৰ আগেয়ে

recently

ক্ৰি. বিণ.

2.

অলপ দিনৰ মূৰতে বা পাচতে; শীঘ্ৰে

a few days after; shortly

ক্ৰি. বিণ.

3.

অলপ কাৰণতে; সামান্য কথাতে

for trifling reason

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ