কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মনোভাবmanobhābaNoun
অভিপ্ৰায়; মনৰ অবস্হা।
- মনোভাবনাmo.no`.bha.bo.naAbstract Noun
কেতবোৰ বস্তু ভাল বা বেয়া পোৱাৰ প্ৰৱণতাৰে সৈতে চিন্তাৰ স্বাভাৱিক ধৰণ|
Natural way of thinking with tendancy to like or dislike certain things.
- মনোভাষাবিজ্ঞানAbstract Noun
ভাষা এটাৰ আহৰণ, সৃষ্টি আৰু বোধগম্যতাৰ সৈতে জড়িত মানসিক প্ৰক্ৰিয়াবোৰ প্ৰকাশ কৰা ভাষাতত্বৰ এক ভাগ
a brunch of linguistics that seeks to disclose the mental processes that are involved in the acquisition, production, and comprehension of language
- মনোভাৱmo.no`.bhabAbstract Noun
কেতবোৰ বস্তু ভাল বা বেয়া পোৱাৰ প্ৰৱণতাৰে সৈতে চিন্তাৰ স্বাভাৱিক ধৰণ|
Natural way of thinking with tendancy to like or dislike certain things.
- মনোভূmo.no`.bhuProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.
- মনোভৱmo.no`.bhobProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.
- মনোমালিন্যmanomālinyaNoun
বিবাদ; কাজিয়া; মতভেদ।
- মনোমোহনmanomohanaNoun
মনক মোহিত কৰিব পৰা কাৰ্য্য; বিণ. সুন্দৰ; দেখিবলৈ ধুনীয়া।
- মনোহাৰী দোকানmo.no`.ha.ri do`.kanMaterial Noun
প্ৰসাধনৰ সামগ্ৰী পোৱা দোকান।
A shop where trades cosmetics materials i.e. creams, lotions, powders, perfumes, lipsticks, nail polish, eye and facial makeup, hair colors, deodorants, baby products and many other types of products.
- মনোৰঞ্জনmanorañjanaNoun
মনত ভাল লগা কাৰ্য্য; বিণ. মনো-ৰঞ্জক।
- মনোৰঞ্জনকাৰীmo.no`.ron.jon.ka.riCommon Noun
যি দৰ্শকক নিজৰ কৰ্মেৰে বা পৰিৱেশনাৰে আমোদ দিয়ে
A performer who amuses an audience
- মনোৰথmanorathaNoun
বাঞ্ছা; ইচ্ছা; মনৰ কামনা
wish; desire
- মনোৰাজ্যmanorājyaNoun
মনোজগত
the inner world
- মনোৰোগmo.no`.ro`gAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.
- মনোৰোগ বিশেষজ্ঞmo.no`.ro`g bi.xe.xo.gyoCommon Noun
যি চিকিৎসক মানসিক ৰোগৰ চিকিৎসা বিষয়ত বিশেষভাৱে পাৰ্গত।
A physician who specializes in psychiatry, i.e. the practice or science of diagnosing and treating mental disorders.
- মনোৱস্থাmo.no’.wos.thaAbstract Noun
মনৰ বা অনুভূতিৰ এক অৱস্থা৷
state of mind or feeling
- মনোৱাmo.no`.waCommon Noun
A semi-aquatic herbaceous plant. This is a prostate herb with sessile, opposite, linear-oblong leaves, 1-3 inches long. It is a very useful as medicinal herb by ethnic tribes in the North Eastern region, Bengal, Bihar, Bangladesh. It is known as "Helencha" in Bengali, "Harkuch" in Hindi, "Rurari" by the Shyam tribe of Assam.Leaves are demulcent, laxative, antibilious and cure inflammations, bronchitis, biliousness, leucoderma and other skin affections and nervous diseases. It is also reported as anti-diabetic. Moreover, it also possesses nutritional value.
- মন্তব্যmantabyaNoun
অভিমত; কোনো কথা বা কাৰ্য্যৰ ওপৰত ক'ব লগীয়া কথা
opinion; remark
- মন্ত্ৰmantraNoun
দেবতাক উপাসনা কৰা বচন বা বাক্য
a hymn
- মন্ত্ৰ-গ্ৰহণmon.tro-gro.honVerbal Noun
ধৰ্মত আনুষ্ঠানিক ভাৱে ভৰ্ত্তিকৰণ বা আনুষ্ঠানিক ধৰ্ম গ্ৰহণ
formal admission or acceptance into a religion