মন্ত্ৰ
mantra
অৰ্থ
1.
দেবতাক উপাসনা কৰা বচন বা বাক্য
a hymn
বি.
2.
মূল-মন্ত্ৰ; সাঙ্কেতিক অৰ্থযুক্ত কোনো দেবদেবীৰ নাম বা গুণ বুজোবা বিশেষ শব্দ বা আখৰ; যেনে-ওঁ, হ্ৰীং, ফট্, স্বাহা
formula sacred to any individual deity
বি.
3.
কোনো দেবতা, উপদেবতা, ভূত, প্ৰেত, মানুহক বশ কৰা বা ৰোম উপশম কৰিবৰ কাৰণে ব্যবহাৰ কৰা বাক্য
incantation
বি.
4.
কোনো কাৰ্য্য কৰিবলৈ কৰা দৱঢ় কল্পনা বা প্ৰতিজ্ঞা
determination; resolution
বি.
5.
গুপ্ত কথা; যেনে-"সৰ্ব্ব শাস্ত্ৰ অৰ্থ গূঢ় মন্ত্ৰ ভাগ ভাবতে কৱষ্ণ কহিলা" (মিশ্ৰ-গীতা)
secret matter
বি.
6.
গম্ভীৰ (ধ্বনি)।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ