কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নামধাতুnāmadhātuNoun
বস্ত্তৰ নামৰপৰা হোবা ধাতু; যেনে-কিল-কিলা; মুঠি- মুঠিয়া; ভুকু-ভুকুবা
denominative verb
- নামনিnāmaniNoun
কোনো দেশ বা নৈৰ ভাটী ভাগ
the lower part of river or country
- নামফলকnam.pho.lokMaterial Noun
কোনো ব্যক্তিৰ নাম দেখুউৱা ফলক
a board displaying the name of a person in pront of his/per house or office
- নামভৰ্তিnam.bhor.tiVerbal Noun
কোনো কলেজ, বিদ্যালয় আদিৰ তালিকা বা বহীত নাম ভৰোৱা কাৰ্য৷
the act of enrolling a name in a list or register of a collage or school.
- নামমাত্ৰnāmamātraNoun
অলপমান
very little
- নামযশnam.joxAbstract Noun
বহু লোকে জনা-শুনা আৰু সন্মান কৰা গুণ বা অৱস্থা
the state or quality of being widely honored and acclaimed
- নামসূচীnāmasūcīNoun
নামৰ তালিকা
panel
- নামহীনতাAbstract Noun
নাম বা পৰিচয় প্ৰকাশ নকৰাকৈ থকা
with no disclosure of name or identity
- নামাংকিতna.mang.ki.toAbstract Noun
কাৰোবাক বা কিহবাক নাম দিয়া কাৰ্য
The ritual of giving a name to somebody or something
- নামাচাৰ্যna.ma.sar.joCommon Noun
নাম-কীৰ্তন কৰাত পাৰ্গত লোক৷
expert in chanting community prayers.
- নামাজnāmājaNoun
মুছলমানসকলে কৰা ঈশ্বৰৰ উপাসনা
prayer according to the Qurān
- নামান্তৰna.man.torAbstract Noun
কোনো শব্দ বা পদৰ স’তে একে অৰ্থ থকা আন এটা শব্দ বা পদ
A word or phrase that has a meaning the same as, or very close to, that of another word or phrase
- নামাপৰাধnāmāparādhaAdjective; Noun
বেদৰ নিন্দা, নামৰ নিন্দা, নাম-বিষয়ক কুতৰ্ক, নামত পাপ-বুদ্ধি, আন ধৰ্ম্মানুষ্ঠানক নামৰ নিচিনা ভবা, নামত অশ্ৰদ্ধা, হেলা আৰু অমনোযোগ ইত্যাদি দহোটা অপৰাধ
an offence against one's god or religion
- নামাবলীnāmābalīNoun
নামৰ সমূহ; দেবতাৰ নামৰ চাব থকা চেলেং।
- নামাৱলীna.ma.bo.liMaterial Noun
হিন্দু ধৰ্মীয় অনুষ্ঠানত পুৰোহিতে ব্যৱহাৰ কৰা এখন চাদৰ/চেলেং ৷ এই চেলেঙখনত দেৱ-দেৱীৰ নামৰ চাব থাকে ৷
A chadar used by the priests in the Hindu rituals. The chadar has god & goddess name imprinted on it.
- নামিবিয়াna.mi.bi.yaProper Noun
আফ্ৰিকাৰ দক্ষিণ অঞ্চলত অৱস্থিত এখন দেশ।
Namibia, officially the Republic of Namibia, and formerly South West Africa, is a country in southern Africa whose western border is the Atlantic Ocean.
- নামী-ধানnāmī-dhānaNoun
আহুধান দাই অনাৰ পাছত তাৰ নৰাৰপৰা আকৌ গজালি মেলি হোবা নতুন ধান।
- নামৰূপnam.rupProper Noun
অসমৰ ডিব্ৰুগড় জিলাৰ উল্লেখযোগ্য স্থান৷
Important place in Dibrugarh district
- নালnālaNoun
কোনো বস্ত্তৰ হাতেৰে ধৰা ভাগ
a handle
- নালন্দাna.lon.daProper Noun
বিহাৰ প্ৰদেশত৷ পৌৰাণিক ভগ্নাৱশেষ আছে৷
Spread over 14 hectares, the Nalanda University Ruins Archaeological Complex is set amidst expansive lawns which offset the spectacular layout and carvings of this ancient university.