কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধৰ্মযাজকdhor.mo.ja.jokCommon Noun
ধৰ্মীয় কাম-কাজ কৰা ব্যক্তি৷
Person ordained with rights to perform religious rites
- ধৰ্মযুদ্ধdhar.mo.jud.dhoAbstract Noun
a military expedition to recover the Holy Land.
- ধৰ্মশাস্ত্ৰdhor.mo.xas.troMaterial Noun
ধৰ্মীয় নীতি-নিয়ম, বিধি-নিষেধ থকা গ্ৰন্থ
an old book containing rules and regulations of a religion
- ধৰ্মশাস্ত্ৰজ্ঞCommon Noun
ধৰ্মশাস্ত্ৰৰ বিশেষ গুন থকা লোক
an expert in canon law.
- ধৰ্মসংহিতাdhor.mo.xong.hi.taMaterial Noun
ধৰ্মীয় নীতি-নিয়ম, বিধি-নিষেধ থকা গ্ৰন্থ
an old book containing rules and regulations of a religion
- ধৰ্মস্থানProper Noun
হাৰিয়ানা ৰাজ্যৰ কুৰুক্ষেত্ৰ জিলাৰ অন্তৰ্গত এখন প্ৰসিদ্ধ ঠাই, য’ত কৌৰৱ আৰু পাণ্ডৱৰ মাজত মহাভাৰতৰ যুদ্ধ হৈছিল বুলি বিশ্বাস কৰা হয়৷
a city and administrative headquarters of Kurukshetra district in the Indian state of Haryana, where the war between ’Kauravas’ and ’Pandavas’ of the Mahabharata is believed to have taken place
- ধৰ্মস্বdharmasbaNoun
ধৰ্ম্ম-সম্পৰ্কীয় কাম-কাজত খৰচৰ বাবে দিয়া অনুদান
religious endowment
- ধৰ্মাকৰProper Noun
এজন প্ৰসিদ্ধ বুদ্ধ ধৰ্মৰ গুৰু৷ অমিতাভ বুদ্ধ বুলিও জনা যায়৷
According to Mahayana Buddhist sutras he was a king in the remote period of time. Renouncing his kingdom, he became a monk and was named Dharmakara, which means 'Treasury of Dharma'. Inspired by the teachings of the then Buddha of that time, Lokesvaraja Buddha, who taught him the way to supreme enlightenment many aeons ago, he made forty eight great vows for the saving of the sentient beings.
- ধৰ্মাজ্ঞাAbstract Noun
কোনো গীৰ্জা বা অন্য কৰ্তৃপক্ষই প্ৰশ্নবিহীনভাৱে গ্ৰহণ কৰিবলৈ আগবঢ়োৱা কেতবোৰ বিশ্বাস
a set of beliefs put forward by a Church or other authority to be accepted without question
- ধৰ্মাধিকাৰীdhor.ma.dhi.ka.riCommon Noun
বিচাৰ কৰোঁতা, বিবেচনা কৰোঁতা
A public official authorized to decide questions bought before a court of justice
- ধৰ্মাধিকৰণdhor.ma.dhi.ko.ronMaterial Noun
an assembly including one or more judges to conduct judicial business
- ধৰ্মানুষ্ঠানdhor.ma.nus.thanAbstract Noun
বহুলোক সমন্বিত হৈ কৰা সমূহীয়া প্ৰাৰ্থনা বা ধৰ্মানুষ্ঠান৷
A religious function by an assemblage of people
- ধৰ্মান্তৰকৰণdhor.man.tor.ko.ronAbstract Noun
Causing a person to change his religion or belief
- ধৰ্মান্তৰণdhor.man.to.ronAbstract Noun
Causing a person to change his religion or belief
- ধৰ্মান্ধdhor.man.dhoCommon Noun
যুক্তিলৈ নেচাই নিজৰ ধৰ্মত অন্ধভাৱে বিশ্বাস ৰখা আৰু আনৰ ধৰ্মক ঘিণ কৰা ব্যক্তি |
A person who believes his own religion blindly and hates other religion.
- ধৰ্মান্ধতাdhor.man.dho.taAbstract Noun
আনৰ ধৰ্মীয় বিশ্বাস বা মতামতক একেবাৰে সহ্য নকৰা স্বভাৱ বা প্ৰকৃতি
stubborn and complete intolerance of any creed, belief, or opinion that differs from one's own
- ধৰ্মাৱতাৰdhor.ma.wo.tarAbstract Noun
দৈৱিক শক্তি আৰু গুণ সম্পন্ন বুলি ভবা কোনো শক্তিশালী পুৰুষ, যেনে ৰজা আদিক কৰা সম্বোধন৷ উচ্চ বা উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিকো কোনো কোনোৱে ধৰ্মাৱতাৰ বুলি সম্বোধন কৰে৷
a powerful, wise person, usually the king or a lord, who is supposed to be an incarnation of Dharma or the divine. This is also used to address a judge in a higher court in some countries.
- ধৰ্মীয় বিশ্বাসdhor.mi.yo bi.swaxAbstract Noun
মানুহৰ ব্যক্তিগত জীৱনক প্ৰভাৱিত কৰা আধ্যাত্মিক বিশ্বাসৰ এক সমষ্টি
a set of spiritual beliefs that govern one's life
- ধৰ্মীয়কৃত্যdhor.mi.yo.kri.tyoAbstract Noun
কোনো ধৰ্মৰ অন্তৰ্গত কামকাজ৷
Any activity carried out as part of a religion
- ধৰ্মেন্দ্ৰdhor.men.droProper Noun
মৃত্যুৰ অধিপতি দেৱতা ৷
The king who is the regent of death; The Hindu deity of death.