কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সহজসাধ্যxo.hoj.xa.dhyoProper Adj.
সামান্য প্ৰচেষ্টা বা প্ৰয়াস প্ৰয়োজন হোৱা বা প্ৰদৰ্শন কৰা।
Requiring or exhibiting little effort or endeavor.
- সহজাতsahajātaAdjective
স্বাভাবিক
natural
- সহজীৱিxo.ho.ji.biProper Adj.
সহজীৱিতাৰে জীয়াই থকা জীৱ ৷
An organism in a symbiotic relationship.
- সহধৰ্মীsahadharmīAdjective
একে গুণ থকা
possessing the same quality
- সহধৰ্ম্মীsahadharmmīAdjective
একে গুণ থকা
possessing the same quality
- সহনক্ষমxo.hon.khyomProper Adj.
কষ্ট সহ্য কৰিব পৰা ।
able to endure specified conditions or treatment; capable of withstanding great pain or hardship.
- সহনশীলxo.hon.xilProper Adj.
কষ্ট সহ্য কৰিব পৰা ।
able to endure specified conditions or treatment; capable of withstanding great pain or hardship.
- সহনীয়xo.ho.ni.yoVerbal Adj.
সহিবৰ যোগ্য বা সহিব পৰা।
capable of being endured or tolerated.
- সহভোজীxo.ho.bho’.jiProper Adj.
একেখন টেবুলতে খোৱা-বোৱা কৰা ৷
eating together at the same table.
- সহমতxo.ho.motProper Adj.
কোনো কথা বা কামত সকলোৱে একে সিদ্ধান্ত উপনীত হোৱা।
In a state of being agreeing upon.
- সহযোগিতামূলকxo.ho.jo’.gi.ta.mu.lokProper Adj.
A business owned and run jointly by its members, with profits shared; working or acting together willingly for a common purpose or benefit
- সহস্ৰতমxo.ho.sro.tomAdjective Adj.
হাজাৰৰ শেষৰটো৷
the last of a thousand.
- সহস্ৰাধিকAdjective Adj.
এক হাজাৰতকৈ অধিক
more than a thousand
- সহানুভূতিপূৰ্ণxo.ha.nu.bhu.ti.pur.noProper Adj.
আনৰ সুখ-দুখত পীড়া অনুভৱ কৰোঁতা|
to sympathy or relating to the sympathetic nervous system.
- সহানুভূতিশীলxo.ha.nu.bhu.ti.xilProper Adj.
আনৰ সুখ-দুখত পীড়া অনুভৱ কৰোঁতা|
to sympathy or relating to the sympathetic nervous system.
- সহানুভূতিহীনxo.ha.nu.bhu.ti.hinProper Adj.
দুখ বা কষ্ট দিয়া।
inflicting pain or suffering.
- সহাস্যsahāsyaAdjective
হাঁহিযুক্ত; . ক্ৰি. বিণ. সহাস্যে হাঁহি হাঁহি।
smiling
- সহায়-শূন্যxo.hay-xu.nyoProper Adj.
ৰক্ষা বা সহায়ৰ আশা নোহোৱা হৈ যোৱা |
Lacking help or protection, having no way.
- সহায়কxo.ha.yokProper Adj.
কোনো কাম কৰাৰ বাবে প্ৰয়োজনীয় পৰিৱেশৰ সৈতে খাপ খোৱা
right or supporting atmosphere for doing something
- সহায়কাৰীxo.hay.ka.riProper Adj.
এজন প্ৰধান কাৰ্য্যকাৰকৰ লগত কাৰ্য্য কৰা লোক৷
someone who helps someone else to do a job.