← ফুৰি যাওক

সহধৰ্ম্মী

sahadharmmī

অৰ্থ

1.

একে গুণ থকা

possessing the same quality

বিণ.

সমাৰ্থক শব্দ

2.

একে ধৰ্ম্মৰ; একে ধৰ্ম্ম মনা

following the same religion

বিণ.

সমাৰ্থক শব্দ

3.

একে গুণ থকা বস্ত্ত

the thing possessing the same quality as another

বি.

সমাৰ্থক শব্দ

4.

একে ধৰ্ম্মত চলা লোক

a co-riligionist

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ