কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিজ্ঞানভিত্তিকbi.gyan.bhit.tikProper Adj.
বিজ্ঞানৰ যুক্তি অথবা পৰীক্ষা আদিৰ দ্বাৰা সাৱ্যস্ত কৰা৷
Following the systematic method or approach of science.
- বিজ্ঞানসন্মতbig.gan.xon.mo.toProper Adj.
বিজ্ঞানৰ যুক্তি অথবা পৰীক্ষা আদিৰ দ্বাৰা সাৱ্যস্ত কৰা৷
Following the systematic method or approach of science.
- বিজ্ঞানসুলভProper Adj.
বিজ্ঞানৰ যুক্তি অথবা পৰীক্ষা আদিৰ দ্বাৰা সাৱ্যস্ত কৰা৷
Following the systematic method or approach of science.
- বিজ্ঞাপিতProper Adj.
যিটো জানিবলৈ দিয়া হৈছে
Which is made known
- বিজ্ঞেয়bijñeẏaAdjective
বিশেষভাবে জানিব লগীয়া।
- বিজড়িতbi.jo.ritoProper Adj.
আচল বা প্ৰধান বিষয়ৰ লগত সম্বন্ধ থকা; গৌণভাৱে জড়িত
Related with the main topic or event
- বিজয়ীbijaẏīAdjective
জয় লাভ কৰা; জয়ী
victorious
- বিটলীয়াbiṭalīẏāAdjective
অসৎ, ধূৰ্ত্ত
a cheat; rogue
- বিটালbiṭālaAdjective
শঠ, অসৎ চৰিত্ৰৰ; যেনে-"ওহি গোপীবিটাল গোপাল, উনিকৰ আগু গোকুলক স্ত্ৰী নাহি বহল" (পাৰিজাতহৰণ নটি)।
- বিঠিকbiṭhikaAdjective
ঠিক নথকা; অনিশ্চয়
uncertain
- বিতংbitamAdjective
বহল কৰা; বাহুল্য
detailed
- বিতংকৈAdjective
বেলেগ বেলেগকৈ; ভাঙি পাতি
separately; in detail
- বিতক্ষীণAdjective
(পু. অ.) ধন নথকা।
- বিততbitataAdjective
অজ্ঞান; অচেতন (নৰিয়াত)
senseless
- বিতলীয়Proper Adj.
যাৰ তলিপোৱা নাযায় ।
impossible to measure the depth
- বিতশ্ৰদ্ধAdjective
যাৰ শ্ৰদ্ধা নোহোবা হৈছে।
- বিতালbitālaAdjective
অসৎ চৰিত্ৰৰ।
- বিতাৰিখbitārikhaAdjective
তাৰিখ সহিত; মহাজনৰ বহীত লিখা শব্দ
under date; dated
- বিতাৰিতbi.ta.ri.toVerbal Adj.
যাক বহিষ্কাৰ কৰা হৈছে, তেনে |
Force to leave or move out.
- বিতুষ্টbituṣṭaAdjective
অসন্ত্তষ্ট; বেয়া পোবা
displeased