← ফুৰি যাওক

বিতত

bitata

অৰ্থ

1.

অজ্ঞান; অচেতন (নৰিয়াত)

senseless

বিণ.

2.

বিবুদ্ধি

at the end of one's wit

বিণ.

3.

অসাবধান

heedless

বিণ.

4.

শোক বা আহ্লাদত বৰকৈ মগ্ন

greatly distracted with joy or sorrow

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিতত · অসমীয়া অভিধান